Showing posts with the label মথিShow all
এজন খেতিয়কৰ দৃষ্টান্ত,শস্য গাজি বঢ়াৰ দৃষ্টান্ত,সৰিয়হ গুটিৰ দৃষ্টান্ত,যীচুৱে ধুমুহা বতাহ শান্ত কৰা ৷ মাৰ্কে লিখা শুভবাৰ্তা ৪ অধ্যায় ১ৰ পৰা ৪১পদলৈ ৷
এজন কোঁঙা হাতৰ মানুহক সুস্থ কৰা,সৰোবৰৰ পাৰত বহুত মানুহৰ সমাবেশ,যীচুৱে বাৰজন পাঁচনিক মনোনীত কৰা,যীচুৰ মাতৃ আৰু ভাতৃসকল ৷ পবিত্ৰ বাইবেল মাৰ্কে লিখা শুভবাৰ্তা ৩ অধ্যায় ১ৰ ৩৫পদলৈ ৷
মাৰ্ক ২:১:২৮ পদ যীচুৱে এজন জঠৰ  ৰোগীক সুস্থ কৰা, লেবী, অৰ্থাৎ মথিক আহ্বান কৰা; আৰু লঘোনৰ বিষয়ে শিক্ষা, লেবী, বিশ্ৰাম বাৰৰ বিষয়ে যীচুৰ শিক্ষা ৷ পবিত্ৰ বাইবেল
মাৰ্কে লিখা শুভবাৰ্ত্তা (যোহন বাপ্তাইজকৰ প্ৰচাৰ,যীচুৰ বাপ্তিস্ম আৰু পৰীক্ষা  যীচুৰ প্ৰকাশকৈ কাৰ্যসৰ আৰম্ভণ ; প্ৰথম চাৰিজন শিষ্য, অশুচি আত্মাই ধৰা এজন মানুহক  যীচুৱে সুস্থ কৰা,  মাৰ্ক ১ অধ্যায় ১ৰ পৰা ৪৫পদলৈ ৷
যীচুৰ  পুনৰুত্থান, চন্তৰী বিলাকে  সম্বাদ দিয়া, যীচুৱে  শিষ্যসকলক দৰ্শন দিয়া  আৰু যীচুৰ শেষ আজ্ঞা ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২৮অধ্যায় ১ৰ পৰা ২০ পদলৈ ৷
Load More That is All

Ad Code