Showing posts with the label লূকShow all
এজন খেতিয়কৰ দৃষ্টান্ত,শস্য গাজি বঢ়াৰ দৃষ্টান্ত,সৰিয়হ গুটিৰ দৃষ্টান্ত,যীচুৱে ধুমুহা বতাহ শান্ত কৰা ৷ মাৰ্কে লিখা শুভবাৰ্তা ৪ অধ্যায় ১ৰ পৰা ৪১পদলৈ ৷
এজন কোঁঙা হাতৰ মানুহক সুস্থ কৰা,সৰোবৰৰ পাৰত বহুত মানুহৰ সমাবেশ,যীচুৱে বাৰজন পাঁচনিক মনোনীত কৰা,যীচুৰ মাতৃ আৰু ভাতৃসকল ৷ পবিত্ৰ বাইবেল মাৰ্কে লিখা শুভবাৰ্তা ৩ অধ্যায় ১ৰ ৩৫পদলৈ ৷
মাৰ্ক ২:১:২৮ পদ যীচুৱে এজন জঠৰ  ৰোগীক সুস্থ কৰা, লেবী, অৰ্থাৎ মথিক আহ্বান কৰা; আৰু লঘোনৰ বিষয়ে শিক্ষা, লেবী, বিশ্ৰাম বাৰৰ বিষয়ে যীচুৰ শিক্ষা ৷ পবিত্ৰ বাইবেল
মাৰ্কে লিখা শুভবাৰ্ত্তা (যোহন বাপ্তাইজকৰ প্ৰচাৰ,যীচুৰ বাপ্তিস্ম আৰু পৰীক্ষা  যীচুৰ প্ৰকাশকৈ কাৰ্যসৰ আৰম্ভণ ; প্ৰথম চাৰিজন শিষ্য, অশুচি আত্মাই ধৰা এজন মানুহক  যীচুৱে সুস্থ কৰা,  মাৰ্ক ১ অধ্যায় ১ৰ পৰা ৪৫পদলৈ ৷
যীচুৰ  পুনৰুত্থান, চন্তৰী বিলাকে  সম্বাদ দিয়া, যীচুৱে  শিষ্যসকলক দৰ্শন দিয়া  আৰু যীচুৰ শেষ আজ্ঞা ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২৮অধ্যায় ১ৰ পৰা ২০ পদলৈ ৷
পীলাতৰ  আগত  যীচুক নিয়া ,পীলাতে  যীচুক  প্ৰশ্ন সোধা,যীচুক প্ৰাণদণ্ডৰ আদেশ,সেনাবিলাকে  যীচুক  বিদ্ৰুপ  কৰা,যীচুৰ  মৃত্যু,যীচুক মৈদাম দিয়া মৈদামত পহৰা দিয়া ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২৭ অধ্যায় ১ৰ পৰা ৬৬পদলৈ ৷
বৈথনিয়াত যীচুক  অভিষেক কৰা, যীচুৱে তেওঁৰ শিষ্যসকলৰে সৈতে নিস্তাৰ পৰ্ব্বৰ ভোজন স্থাপন কৰা, পিতৰে অস্বীকাৰ  কৰিব  বুলি যীচুৱে  জনোৱা,গেৎচিমানী-বাৰীত যীচুৰ  প্ৰাৰ্থনা, পিতৰে  যীচুক  অস্বীকাৰ  কৰা,পবিত্ৰ বাইবেল মথি ২৬অধ্যায় ১ৰ পৰা ৭৫পদলৈ ৷
 দহ  জনী কন্যা, আৰু গাগৰিৰ দৃষ্টান্ত,তিনিজন দাসৰ দৃষ্টান্ত, শেষ কালৰ মহাবিচাৰ দিনৰ বৰ্ণনা ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২৫অধ্যায় ১ৰ ৪৬পদলৈ ৷
যীচুৱে ফৰীচী আৰু অধ্যাপকসকলৰ দোষ দেখুৱা,যীচুৱে তেওলোকৰ শাস্তিৰ বিষয়ে ভবিষ্যতৎ-বাণী কোৱা,জেৰুচালেমৰ নিমিত্তে বিলাপ ৷ পবিত্ৰ বাইবেল মথি ২৩অধ্যায় ১ৰ পৰা ৩৯ পদলৈ ৷
বিয়াৰ  ভোজৰ  দৃষ্টান্ত, কৈচৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন,মৃত বিলাকৰ পুৰুনত্থানৰ বিষয়ে প্ৰশ্ন,প্ৰধান  আজ্ঞাৰ  বিষয়ে  প্ৰশ্ন , খ্ৰীষ্টৰ বিষয়ে প্ৰশ্ন ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২২অধ্যায় ১পৰা ৪৬পদলৈ ৷
যীচুৰ জয় যাত্ৰা জেৰুচালেমত অৰু মন্দিৰ পৰিষ্কাৰ কৰা,যীচুৰ ক্ষমতাৰ বিষয়ে প্ৰশ্ন, দুজন  পুত্ৰৰ  দৃষ্টান্ত ,কেইজনমান  বিশ্বাসঘাতক  খেতিয়কৰ দৃষ্টান্ত ৷ পবিত্ৰ বাইবেল মথিয়ে লিখা শুভবাৰ্ত্তা ২১ অধ্যায় ১পৰা ৪৬ পদলৈ ৷
দ্ৰাক্ষাবাৰীৰ বনুৱাৰ  দৃষ্টান্ত দিয়া,  যীচুৱে  তেওঁৰ মৃত্যৰ আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয় বাৰ  জনোৱা,  যীচুৱে দুজন অন্ধ মানুহক সুস্থ কৰা,মথিয়ে লিখা শুভবাৰ্ত্তা ২০অধ্যায় ১পৰা ৩৪পদলৈ, পবিত্ৰ বাইবেল ৷
ত্যাগ পত্ৰ বিষয়ে যীচুৰ শিক্ষা, যীচুৱে শিশুবিলাকক আশীৰ্ব্বাদ কৰা, ধন-সম্পত্তি আৰু অনন্ত জীৱনৰ বিষয়ে শিক্ষা ৷ পবিত্ৰ বাইবেল, মথিয়ে লিখা শুভবাৰ্ত্তা ১৯ অধ্যায় ১পৰা ৩০পদলৈ) বাইবেল কুইজ ৷
Load More That is All

Ad Code